সাঁতোৰবিদ সাজনে ২০০ মিটাৰ ছেমি ফাইনেলত স্থান দখল কৰাত ব্যৰ্থ

pc ANI News

অনলাইন বাৰ্ত্তাসেৱা – ২০০ মিটাৰ বাটৰফ্লাই (Butterfly)ত ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ ধাৰক সজন প্ৰকাশে ‘হিট ২’ ত চতুৰ্থ স্থান লাভ কৰাৰ পিছত টকিঅ’ অলিম্পিকত প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছিল। সামগ্ৰিকভাৱে, ভাৰতীয় সাঁতোৰবিদজনে ১:৫৭.২২ ছেকেণ্ড সময় লৈ ২৪ তম স্থান লাভ কৰে। প্ৰকাশে অলিম্পিকৰ বাবে ‘এ’ কাট কৰিবলৈ ১:৫৬.৩৮ সময় লৈছিল।

(UD.)