২৬ ডিচেম্বৰত চাহিবজাদেসকলৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ‘বীৰ বাল দিৱস’ হিচাপে চিহ্নিত কৰা হ’ব: প্ৰধানমন্ত্ৰী

Pc India Today

২৬ ডিচেম্বৰত চাহিবজাদেসকলৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ‘বীৰ বাল দিৱস’ হিচাপে চিহ্নিত কৰা হ’ব: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দশম শিখ গুৰু গোবিন্দ সিঙৰ জন্ম জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে ঘোষণা কৰে, “মই এই বছৰৰ পৰা ২৬ ডিচেম্বৰ ‘বীৰ বাল দিৱস’ হিচাপে চিহ্নিত কৰা হ’ব বুলি প্ৰকাশ কৰিব পাই সন্মানিত হৈছো।” তেওঁ লগতে কয়, “চাহিবজাদেসকলৰ সাহস আৰু ন্যায়ৰ অন্বেষণৰ প্ৰতি এয়া এক উপযুক্ত শ্ৰদ্ধাঞ্জলি।”