২০২১-২২ বৰ্ষৰ Q2 ত ভাৰতৰ জিডিপি ৮.১% বৃদ্ধি হোৱাৰ সম্ভাৱনা

Pc- Nirmal News

২০২১-২২ বৰ্ষৰ Q2 ত ভাৰতৰ জিডিপি ৮.১% বৃদ্ধি হোৱাৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা- এছ.বি.আই.ৰ গৱেষণাৰ প্ৰতিবেদন অনুসৰি, ২০২২-২১ বিত্তীয় বৰ্ষৰ দ্বিতীয় তিনিমাহত ভাৰতৰ জি.ডি.পি. বৃদ্ধি প্ৰায় ৮.১% হোৱাৰ সম্ভাৱনা আছে। “সম্পূৰ্ণ বছৰৰ (এফৱাই22) জিডিপি বৃদ্ধি এতিয়া আমাৰ আগৰ ৮.৫-৯% আকলনৰ পৰা ৯.৩-৯.৬% লৈ সংশোধিত হৈছে,” প্ৰতিবেদনখনে লগতে কয়। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত দেশৰ অৰ্থনীতি ২০.১% বৃদ্ধি হৈছে।