২০২১ আন্তৰ্জাতিক এমি বঁটাত সুস্মিতা সেন অভিনীত ‘আৰ্য’, নৱাজুদ্দিন মনোনীত

pc- Now You read me

২০২১ আন্তৰ্জাতিক এমি বঁটাত সুস্মিতা সেন অভিনীত ‘আৰ্য’, নৱাজুদ্দিন মনোনীত

অনলাইন বাৰ্ত্তাসেৱা- সুস্মিতা সেন অভিনীত ৱেব চিৰিজ ‘আৰ্য’ক আন্তৰ্জাতিক এমি বঁটা ২০২১ ত শ্ৰেষ্ঠ নাটক শৃংখলা শ্ৰেণীত মনোনীত কৰা হৈছে। আৰু অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে ‘চিৰিয়াছ মেন’ বোলছবিখনত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে অভিনেতা শ্ৰেণীত মনোনয়ন লাভ কৰে। তদুপৰি, বীৰ দাসৰ নেটফ্লিক্সৰ কমেডি স্পেচিয়েল ‘বীৰ দাস: ফৰ ইণ্ডিয়া’ক কমেডি শাখাত মনোনীত কৰা হৈছে।