১৪টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল

pc Northeast Now

১৪টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৭ জুনত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।পুৱা ১০ বজাৰ লগে লগেই ঘোণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী।ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।১৪টাকৈ ৱেবছাইটত মেট্ৰিকৰ ফলাফল লাভ কৰিব।ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ ফলাফল লাভ কৰিব।
ৱেবছাইট কেইটা হৈছে——–

1.results.sebeonline,org
2.resultsassam.nic.in
3.www.indiaresults.com
4.www.results.shiksha
5.www.assamshiksha
6.www.asssamonline.in
7.exametc.com
8.www.schools9.com
9.https://iresults.net
10.assamjobalerts,com
11.assamresults.in
12.necareer.com
13.www.jagranjosh.com
14.www.vidyavision.com