হিমাচল প্ৰদেশৰ ২ জন নিৰ্দলীয় বিধায়কৰ বিজেপিত যোগদান 

Pc Hindustan Times

হিমাচল প্ৰদেশৰ ২ জন নিৰ্দলীয় বিধায়কৰ বিজেপিত যোগদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  হিমাচল প্ৰদেশৰ দুজন নিৰ্দলীয় বিধায়ক হোচিয়াৰ সিং আৰু প্ৰকাশ ৰাণাই মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি সুৰেশ কাশ্যপৰ উপস্থিতিত বিজেপিত যোগদান কৰে। স্বতন্ত্ৰ বিধায়কসকলৰ যোগদানে দল আৰু চৰকাৰক শক্তিশালী কৰি তুলিব, মুখ্যমন্ত্ৰী ঠাকুৰে কয়। সিং আৰু ৰাণা দুয়োজনে দীৰ্ঘদিন ধৰি বিধানসভাত বিজেপিক সমৰ্থন কৰি আহিছিল, সুৰেশ কাশ্যপে কয়।