হিন্দু ল’ৰা এজনে বিবাহৰ বাবে হিন্দু ছোৱালী এজনীক মিছা কথা কোৱাটোও জেহাদঃ হিমন্ত বিশ্ব শৰ্মা

pc Sentinal Assam

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হিন্দু ল’ৰা এজনে এগৰাকী হিন্দু ছোৱালীক বিয়া কৰাবলৈ মিছা কোৱাটোও জেহাদ, তেখেতে লগতে কয় যে কেবিনেটে ইয়াৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিব। তেওঁ ইয়াৰ লগতে আকৌ কয় যে প্ৰস্তাৱিত আইনখনৰ অধীনত দৰা আৰু কইনাই বিবাহৰ এমাহ আগতে তেওঁলোকৰ ধৰ্ম আৰু উপাৰ্জন প্ৰকাশ কৰিব লাগিব।

(UD.)