হায়দৰাবাদ পুলিচৰ  মহিলাসকলৰ বাবে ‘জব মেলা’ৰ আয়োজন

Pc ETV Bharat

হায়দৰাবাদ পুলিচৰ  মহিলাসকলৰ বাবে ‘জব মেলা’ৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- হায়দৰাবাদ মহানগৰ আৰক্ষীয়ে মহিলাসকলৰ বাবে এটা ‘জব মেলা’ৰ আয়োজন কৰিছিল, যʼত প্ৰায় ৪০০ গৰাকী মহিলাক চাকৰি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰে কয়, “নতুন ৰাজ্য তেলেংগানা গঠনৰ পিছত মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰে যে মহিলা সুৰক্ষা আৰু নিৰাপত্তাকে কেৱল চহৰতে নহয়, সমগ্ৰ ৰাজ্যতে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হয়।”