স্মৃতি*–মৃগাংক বৰুৱা

pc-mapleheat

স্মৃতি*
—————————-
মৃগাংক বৰুৱা

Sweet memories flashing
through the mind….
সময়ে বাগৰ সলায় বাবেই
সময়ৰ বাকৰি ভৰুণ হয়
অম্লমধুৰ স্মৃতিৰে….
কিন্তু আই
তুমি অজান কৰবালৈ যোৱাৰ পৰাই
কিয় জানো, কাতৰ স্মৃতিয়েহে দেখোন
মোৰ শিতানত বাৰে বাৰে বাগৰ সলায়….
—————————————-
মৃগাংক বৰুৱা
গোলাঘাট