স্বৰ্গীয় চিডিএছ জেনেৰেল বিপিন ৰাৱাটক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা লাভ প্ৰদান

pc NDTV.com

স্বৰ্গীয় চিডিএছ জেনেৰেল বিপিন ৰাৱাটক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা লাভ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২১ চনৰ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতৰ প্ৰথম জন প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল বিপিন ৰাৱাটক  মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়। তেওঁৰ কন্যা কৃতিকা আৰু তাৰিনীয়ে তেওঁলোকৰ পিতৃৰ হৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই বঁটা লাভ কৰিছিল। একেটা দুৰ্ঘটনাত জেনেৰেল ৰাৱাটৰ পত্নী আৰু আন ১২ জনৰো মৃত্যু হৈছিল।