স্পেইনে দক্ষিণ আফ্ৰিকাৰ পৰা ভ্ৰমণকাৰীৰ ওমাইক্ৰন প্ৰকাৰৰ প্ৰথম কেছ চিনাক্ত কৰে

Pc Free press Journal

স্পেইনে দক্ষিণ আফ্ৰিকাৰ পৰা ভ্ৰমণকাৰীৰ ওমাইক্ৰন প্ৰকাৰৰ প্ৰথম কেছ চিনাক্ত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  স্পেইনে কৈছে যে তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ পৰা অহা এজন ব্যক্তিৰ ওমাইক্ৰন কোভিড-১৯ প্ৰকাৰৰ প্ৰথম টো চিনাক্ত কৰিছে। মাদ্ৰিদৰ আঞ্চলিক স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা মতে,  আমষ্টাৰডাম হৈ মাদ্ৰিদ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ৫১ বছৰীয়া ব্যক্তিজনৰ পৰীক্ষা কৰা হৈছিল আৰু তেওঁ কোভিড-১৯ পজিটিভ বুলি জানিব পৰা গৈছিল। “ৰোগীজনৰ কম লক্ষণ আছে আৰু কোৱাৰণ্টাইনত আছে”।