শৰৎৰ শেৱালী – হিয়া তালুকদাৰ

শৰৎৰ শেৱালী 

 হিয়া তালুকদাৰ
টিহু
শৰৎৰ শেৱালী
কিমান যে আমোলমোল ।
 শৰৎৰ শেৱালীৰ সুৱাসে
মনো প্ৰাণোচ্ছল,
কৰি তোলে ।
তাৰ কি যে এক মিঠা
মাদকতা আছে
গোটেই মানুহ
তাৰ সুগন্ধিত
গোন্ধত মোত
যায়।