শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত

Pc Hindustan Times

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত

ৰহিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংহেক দেশৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হৈছে। অৰ্থনৈতিক সংকটক লৈ গণ প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে শ্ৰীলংকাৰ পৰা সামৰিক বিমানত মালদ্বীপলৈ পলাই যোৱাৰ পিছত তেওঁক নিযুক্তি দিছে। দেশখনৰ বায়ু সেনাই নিশ্চিত কৰিছে যে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে তেওঁৰ পত্নী আৰু দুজন নিৰাপত্তা বিষয়াৰ সৈতে মালদ্বীপলৈ গৈছে।