প্ৰতিবাদকাৰীসকলৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশ 

Pc NDTV.com

প্ৰতিবাদকাৰীসকলৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছত, প্ৰতিবাদকাৰীসকলে দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। দেশৰ সংসদৰ অধ্যক্ষই আগতে কৈছিল যে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে আজি পদত্যাগ পত্ৰ দাখিল কৰিব, আৰু লগতে কয় যে ২০ জুলাইত এজন নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব।