শ্ৰীলংকাক প্ৰদান কৰা ঋণ পৰিশোধৰ সময়সূচী ১ বছৰলৈ বৃদ্ধি  বাংলাদেশৰ

pc theindiaprint.com

শ্ৰীলংকাক প্ৰদান কৰা ঋণ পৰিশোধৰ সময়সূচী ১ বছৰলৈ বৃদ্ধি  বাংলাদেশৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশে শ্ৰীলংকাক দিয়া ঋণৰ পৰিশোধৰ সময়সূচী আৰু ১বছৰ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বাংলাদেশে যোৱা বছৰৰ মে’ মাহত মুদ্ৰা বিনিময় সুবিধাৰ অধীনত শ্ৰীলংকাক ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰিছিল। লক্ষণীয়ভাৱে, ঋণবোৰ মূলতঃ তিনি মাহত পৰিশোধ কৰিব লাগিছিল, কিন্তু শ্ৰীলংকাৰ অনুৰোধত ম্যাদটো কেইবাবাৰো বৃদ্ধি কৰা হৈছিল।