শিৱাংগী শৰ্মাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্বৰ্ধনা

শিৱাংগী শৰ্মাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  এছিয়ান গেমছত যোগ্যতা অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই অনা “শিৱাংগী শৰ্মা”ক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।পৰিষদৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷