লিমাৰিক – এছ ইছলাম

লিমাৰিক
এছ ইছলাম, মইনবৰী,বৰপেটা
ৰতনে চাব গৈছিল হাউলীৰ ৰাস
ভয়তে কোচমোচ খাই হৈছিল ত্ৰাস
ছোৱালীয়ে পালে লগ
প্ৰেমে ল’লে লগভাগ
বিয়াত বহি দুয়ো কৰিলে সহবাস।