মহিলা চেম্পিয়নশ্বিপ ২০২১ ৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ 

Pc Arunava about football

মহিলা চেম্পিয়নশ্বিপ ২০২১ ৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশৰ ঢাকাত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত নেপালক ১-০ গ’লত পৰাস্ত কৰি ভাৰতে ছাফ(SAFF) অনুৰ্ধ-১৯ মহিলা চেম্পিয়নশ্বিপ ২০২১ৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰিয়াংকা দেৱীয়ে ৬৬ মিনিটত মেচ বিজয়ীৰ গ’ল কৰিছিল। ফাইনেলখন ২২ ডিচেম্বৰত খেলা হ’ব। ভাৰতে গ্ৰুপ পৰ্যায়ত তেওঁলোকৰ চাৰিখন খেলৰ তিনিখনত জয়লাভ কৰিছিল।