মহানগৰীৰ নিৰ্মাণৰত মালিগাঁও উৰণীয়া সেঁতুত পুনৰ অঘটন

মহানগৰীৰ নিৰ্মাণৰত মালিগাঁও উৰণীয়া সেঁতুত পুনৰ অঘটন

ৰঙিলী বাৰ্ত্তাসেৱা- মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেতুত পুনৰ অঘটন।বিদ্যুৎস্পৃষ্ট হৈ ২ শ্রমিক গুৰুতৰভাৱে আহত হয় ।আজি দিনৰ ভাগত সংঘটিত এই ঘটনা।কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী শ্ৰমিক। দুয়োজন শ্ৰমিককে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।