মমতাই পূজা ক্লাবসমূহৰ বাবে ১১ দিনৰ পূজা বন্ধ  ঘোষণা 

pc times of india

মমতাই পূজা ক্লাবসমূহৰ বাবে ১১ দিনৰ পূজা বন্ধ  ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৩০ ছেপ্টেম্বৰৰ পৰা ১০ অক্টোবৰলৈ দুৰ্গা পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰিছে। তেওঁ লগতে কয় যে পূজা সমিতিসমূহে ৬০,০০০ আৰ্থিক সাহায্য লাভ কৰিব, যি যোৱা বছৰৰ তুলনাত ১০,০০০ টকা বৃদ্ধি। বেনাৰ্জীয়ে লগতে কয়, “আমি তেওঁলোকক বিদ্যুতৰ বিলৰ ওপৰত ৬০% ৰেহাই প্ৰদান কৰিম।”