মই সকলোকে নতুন কোভিড-১৯ প্ৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক হৈ থাকিবলৈ প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী মোদী

Pc The Financial Express

মই সকলোকে নতুন কোভিড-১৯ প্ৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক হৈ থাকিবলৈ প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন কোভিড-১৯ প্ৰকাৰৰ বিষয়ে প্ৰকাশিত প্ৰতিবেদনে চৰকাৰক অধিক সতৰ্ক কৰি তুলিছে। তেওঁ লগতে কয়, "মই সকলো সাংসদ আৰু আপোনালোক সকলোকে সতৰ্ক হ'বলৈ প্ৰাৰ্থনা জনাইছো কিয়নো সংকটৰ এই সময়ত আপোনাৰ সুস্বাস্থ্য আমাৰ প্ৰাথমিকতা।"