মই এবাৰ ৰতন টাটাক কৈছিলো যে আৰ এছ এছে ধৰ্মৰ ওপৰত বৈষম্য নকৰে: গাডকাৰী

pc the indian express

মই এবাৰ ৰতন টাটাক কৈছিলো যে আৰ এছ এছে ধৰ্মৰ ওপৰত বৈষম্য নকৰে: গাডকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, “মই এবাৰ উদ্যোগপতি ৰতন টাটাক কৈছিলো যে আৰ এছ এছে ধৰ্মৰ ওপৰত বৈষম্য নকৰে।” গাডকাৰীয়ে কৈছিল যে বছৰ আগতে, তেওঁ এজন আৰ এছ এছ নেতাৰ নামত এখন চিকিৎসালয় উদ্বোধনৰ বাবে টাটাৰ কাষ চাপিছিল। গাডকাৰীয়ে লগতে কয়, “টাটাই সুধিছিল যে চিকিৎসালয়খন কেৱল হিন্দুসকলৰ বাবে নেকি কিয়নো ই আৰ এছ এছৰ, মই তেওঁক কৈছিলো যে আৰ এছ এছত বৈষম্য নহয়।”