মই এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুক ভোট দিছো: কংগ্ৰেছ বিধায়ক

Pc Opindia

মই এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুক ভোট দিছো: কংগ্ৰেছ বিধায়ক

ৰঙিলী বাৰ্ত্তাসেৱা- উৰিষ্যাৰ কংগ্ৰেছ বিধায়ক মহম্মদ মোকুইমে কৈছিল যে তেওঁ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুক ভোট দিছে। তেওঁ লগতে কয়, “এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত যিহেতু মই মোৰ হৃদয়ৰ কথা শুনিছো যিয়ে মোক মাটিৰ বাবে কিবা কৰিবলৈ নিৰ্দেশনা দিছিল আৰু সেয়েহে মই তেওঁক ভোট দিছো।”