ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত আজি পুনৰ তিনিজনক গ্ৰেপ্তাৰৰ

ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত আজি পুনৰ তিনিজনক গ্ৰেপ্তাৰৰ  

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে ৮জনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ গ্ৰেপ্তাৰ কৰা হয় তিনিজনক।১১জনলৈ বৃদ্ধি ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা। নতুনকৈ গ্ৰেপ্তাৰ মুছস্তাফিজুৰ ৰহমান, আতিকুৰ ৰহমান আৰু অলিউল্লাহ। কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে তিনিওজনকে লৈ যোৱা হ’ব।