ভাৰত হিন্দুসকলৰ দেশ, হিন্দুত্ববাদী নহয়: ৰাহুল গান্ধী

Pc Telegraph India

ভাৰত হিন্দুসকলৰ দেশ, হিন্দুত্ববাদী নহয়: ৰাহুল গান্ধী

 ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থানৰ জয়পুৰত এক ৰেলীসম্বোধন কৰি কয় যে ভাৰত হৈছে “হিন্দুত্ববাদীৰ নহয়, হিন্দুসকলৰ দেশ”। মুদ্ৰাস্ফীতিৰ বাবে হিন্দুত্ববাদীসকলক দোষাৰোপ কৰি তেওঁ লগতে কয় যে হিন্দুত্ববাদীসকল ২০১৪ চনৰ পৰা শাসনত আছে আৰু তেওঁলোকক উৎখাত কৰাৰ প্ৰয়োজন আছে। তেওঁ লগতে দাবী কৰে যে মহাত্মা গান্ধী হিন্দু আছিল, আনহাতে নাথুৰাম গডছে হিন্দুত্ববাদী আছিল।