ভাৰতীয় সেনাৰ ‘অগ্নিপথ’ নিযুক্তিৰ বাবে জাননী জাৰি 

pc Hindustan Times

ভাৰতীয় সেনাৰ ‘অগ্নিপথ’ নিযুক্তিৰ বাবে জাননী জাৰি 

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় সেনাই অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰৰ নিযুক্তিৰ বাবে এক নিযুক্তি ৰেলীৰ জাননী জাৰি কৰি কয় যে পঞ্জীয়নসমূহ ২০২২ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হ’ব। সমগ্ৰ দেশতে আঁচনিখনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে এই জাননীখন জাৰি কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পিআৰঅ’ কোহিমাই টুইট কৰি কয়, “অগ্নিবীৰৰ নিযুক্তিৰ বাবে প্ৰথম ৰেলী আগষ্টৰ মাজভাগত আৰম্ভ হ’ব।”