ভাৰতত  ৯ হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

Pc-Mayo Clinic

ভাৰতত  ৯ হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৯,২৮৩ জন লোক নতুনকৈ কৰʼনা ভাইৰাছত সংক্ৰমিত হৈছে। আৰু নতুনকৈ ৪৩৭জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। দেশত মুঠ কৰʼনা সমক্ৰমণত সংক্ৰমিত লোকৰ সংখ্যা ৩,৪৫,৩৫,৭৬৩জন। ভাৰতত কৰʼনা সংক্ৰমণৰ ফলত মুঠ  ৪,৬৬,৫৮৪ জন লোকৰ মৃত্যু হৈছে।ভাৰতত বৰ্তমান ১,১১,৪৮১টা সক্ৰিয়  ঘটনা আছে। আনহাতে দৈনিক পজিটিভ হাৰ ০.৮০%।