ভাৰতত ৮০৪ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

p.c NPR

ভাৰতত ৮০৪ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত ক্ৰমাৎ হ্ৰাস পাব ধৰিছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ঘণ্টাত নতুনকৈ ৫০,৪০৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৮০৪ জন লোকৰ কৰ’নাত সংক্ৰমিত হৈ নতুনকৈমৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না আক্ৰান্ত হৈ  মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,০৭,৯৮১ জন লৈ বৃদ্ধি হৈছে। দৈনিক পজিটিভৰ হাৰ ৩.৮৯% ৰ পৰা ৩.৪৮% লৈ হ্ৰাস পাইছে। আনহাতে ভাৰতত বৰ্তমান ৬,১০,৪৪৩টা সক্ৰিয় ঘটনা আছে।