ভাৰতত ৩৭,৮৭৫ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

pc OIE

ভাৰতত ৩৭,৮৭৫ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত নতুনকৈ ৩৭,৮৭৫ জন লোক নতুনকৈ কৰʼনাত আক্ৰান্ত হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় সংক্ৰমণৰ ঘটনা ৩,৯১,২৫৬টা। ভাৰতত বৰ্তমানলৈ ৩,৩০,৯৬,৭১৮ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ৩৬৯ জন লোকৰ মৃত্যু হোৱাীৰ লগে লগে দেশত মুঠ  মৃত্যুৰ সংখ্যা ৪,৪১,৪১১ জনলৈ বৃদ্ধি পায়।  দেশত  কোভিডৰ পৰা সুস্থ হৈ উঠা  হাৰ প্ৰায় ৯৮ শতাংশ।

(RT)