ভাৰতত ২.৫৫ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

P.c Nature

ভাৰতত ২.৫৫ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৫৫,৮৭৪জন লোক নতুনকৈ কৰ’না আক্ৰান্ত হৈছে। ৬১৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশখনত বৰ্তমান ২২,৩৬,৮৪২ টা সক্ৰিয় ঘটনা আছে। আনহাতে দেশখনত কৰ’না সংক্ৰমণৰ ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৯০,৪৬২ বৃদ্ধি হৈছে।