ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,৯২৯ টা কোভিড-১৯ সংক্ৰমণৰ ঘটনা

pc POV.UK

ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,৯২৯ টা কোভিড-১৯ সংক্ৰমণৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা – ভাৰতে যোৱা ২৪ ঘণ্টাত ১০,৯২৯ টা নতুন কোভিড-১৯ পঞ্জীয়ন কৰিছে, যি কালিৰ তুলনাত ১৪.১৪% কম। যোৱা ২৪ ঘণ্টাত দেশখনত প্ৰায় ৩৯২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৪,৬০,২৬৫ লৈ বৃদ্ধি হোৱা দেখা গৈছে। নতুুন ঘটনাৰ সৈতে, দেশৰ মুঠ সক্ৰিয় ঘটনা বৰ্তমান সময়ত বৃদ্ধি হৈ ৩,৪৩,৪৪,৬৮৩ হৈছে। আনহাতে, সক্ৰিয় কেছলোড হৈছে ১,৪৬,৯৫০।