ভাৰতত পুনৰ কৰʼনাত ২৯ হেজাৰ লোক সংক্ৰমিত

pc Amar Ujala

ভাৰতত পুনৰ কৰʼনাত ২৯ হেজাৰ লোক সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা – ২৯,৬১৬ জন লোক ভাৰতত নতুনকৈ কৰʼনাত আক্ৰান্ত হৈছে। কৰʼনাত সংক্ৰমিত হোৱা লোকৰ ৬০% কেৰালাৰ লোক। ২৯০ জন লোক নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ভাৰতত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৪৬,৬৫৮ লৈ বৃদ্ধি। ভাৰতত সক্ৰিয় কৰʼনা ৰোগীৰ সংখ্যা হৈছে ৩,০১,৪৪২জন লোক।