ভাৰতত নতুনকৈ  ৮,৩১৮ জনলোক কৰ’নাত আক্ৰান্ত

pc Unsplash

ভাৰতত নতুনকৈ  ৮,৩১৮ জনলোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ ৮,৩১৮ জন লোক কৰ’না ভাইৰাছত সংক্ৰমতি হৈছে৷ ভাৰতত নতুনকৈ ৪৬৫ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে৷ ভাৰতত মুঠ মৃত্যুৰ সংখ্যা ৪,৬৭,৯৩৩লৈ বৃদ্ধি হৈছে৷ ভাৰতত এতিয়ালৈ মুঠ ৩, ৪৫, ৬৩, ৭৪৯ জন লোক কৰ’না ভাইৰাছত সংক্ৰমিত হৈছে৷ আনহাতে ভাৰতত বৰ্তমান ১,০৭,০১৯ টা সক্ৰিয় ঘটনা আছে৷