ভাৰতত নতুনকৈ ৩,৩৭৭ জন লোক কৰ’নাত আক্ৰান্ত  

PC-Emerald Publishing

ভাৰতত নতুনকৈ ৩,৩৭৭ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত  ৩,৩৭৭ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৬০ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৩,৭৫৩  জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ১৭,৮০১ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’না সংক্ৰমণৰ পৰা যোৱা ২৪ ঘণ্টাত ২,৫৬৩ জনলোক সুস্থ হৈ উঠিছে।