ভাৰতত নতুনকৈ ১৫হেজাৰ লোক কৰʼনাত নতুনকৈ আক্ৰান্ত

pc BBC

ভাৰতত নতুনকৈ ১৫হেজাৰ লোক কৰʼনাত নতুনকৈ আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ১৫,৯০৬ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৬১ জন লোকৰ মৃত্যু হৈছে।যাৰ ফলত ভাৰতত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৪,২৬৯লৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান ১,৭২,৫৯৪ টা সক্ৰিয় ঘটনা আছে। দেশত মুঠ কৰʼনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩,৪১,৭৫,৪৬৮টা।