আজিৰ ৰাশিফল

pc The Indian Express

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৭ তাৰিখ সোমবাৰ , ইংৰাজী ২৫ অক্টোবৰ |
কৃষ্ণা পক্ষ, পঞ্চমী তিথি |
* *
সূৰ্য্যোদয় = ৫/৩১/৫০ মি.
সূৰ্য্যোস্থয় = ৪/৪২/৪২ মি.

জন্মতঃ= বৃষ ৰাশি (ব, ই, উ) শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, শ্বানৰ অস্থি || দিবা ২/৩৭/২৩ মি. পৰা মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে = পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ — বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ বেল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = গৃহত শান্তি বিৰাজ কৰিব |
বৃষ = মনৰ আশা ভংগ হব পাৰে |
মিথুন = যশস্যা লাভ কৰিবলৈ সক্ষম হব |
কৰ্কট = ভ্ৰমণত কষ্ট ভোগ কৰিব |
সিংহ = কৰ্মত সফলতা অৰ্জন কৰিব |
কন্যা = সন্মান লাভৰ যোগ আছে |
তুলা = নিজৰ দায়িত্ব বৃদ্ধি পাব |
বৃশ্চিক = মৰমত সংঘাতৰ সৃষ্টি হব পাৰে |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = অপযশ পোৱাৰ যোগ আছে |
কুম্ভ = ধনাগম বৃদ্ধি হব |
মীন = বন্ধু লাভ কৰিব |