ভাৰতত নতুনকৈ ১৩হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যেৱা ২৪ ঘণ্টাত ১৩,৪৫১জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৫৮৫ জন লোকৰ মৃত্যু হৈছে। ভাৰতত মুঠ মৃত্যুৰ সংখ্যা ৪,৫৫,৬৫৩ জনলৈ বৃদ্ধি হয়। দেশত বৰ্তমানলৈ ৩,৪৩,১৫,৬৫৩জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত বৰ্তমান ১,৬২,৬৬১ টা সক্ৰিয় ঘটনা আছে।