ভাৰতত কৰʼনাত সুস্থৰ হাৰ ৯৮.২৬%

Pc- Council of Europe

ভাৰতত কৰʼনাত সুস্থৰ হাৰ ৯৮.২৬%

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১১,২৭১ জনলোক কৰʼনাত সংক্ৰমিত হোৱাৰ প্ৰতিবেদন পোৱা গৈছে। নতুনকৈ কৰʼনাত সংক্ৰমিত হৈ ২৮৫ জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৩৫,৯১৮ টা সক্ৰিয় ঘটনা আছে। ভাৰতত পজিটিভ হাৰ ০.৯০%। আনহাতে পুনৰুদ্ধাৰৰ হাৰ ৯৮.২৬%।