বৰঝাৰ বিমানবন্দৰত বিষাক্ত সাপে দংশন কৰিলে কৰ্মচাৰীক

pc assam.news18.com

বৰঝাৰ বিমানবন্দৰত বিষাক্ত সাপে দংশন কৰিলে কৰ্মচাৰীক

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰঝাৰ বিমানবন্দৰত বিষাক্ত সাপ।বিমানবন্দৰৰ এজন কৰ্মচাৰীক দংশন কৰিলে সাপে।বিমানবন্দৰৰ এৰাইভেলত লাগেজ বেল্টৰ ওচৰত এজন যুৱকক বিষাক্ত সাপে দংশন কৰে।মণ্টু বৈশ্য নামৰ বিমানবন্দৰৰ কৰ্মচাৰী জনক ততাতয়াকৈ আজাৰা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয়।এই ঘটনাৰ পাছতে বিষাক্ত সাপডালক উদ্ধাৰ কৰা হৈছে।