বেদন্ত মাধৱনৰ ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰৰ অভিলেখ ভংগ

Pc Times of India

বেদন্ত মাধৱনৰ ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰৰ অভিলেখ ভংগ

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা আৰ মাধৱনৰ পুত্ৰ ১৬ বছৰীয়া সাঁতোৰবিদ বেদন্ত মাধৱনে বয়জ গ্ৰুপ 1 শ্ৰেণীত ১,৫০০ মিটাৰ ফ্ৰীষ্টাইলত ৰাষ্ট্ৰীয় জুনিয়ৰৰ অভিলেখ ভংগ কৰে। বেদান্তে ৪৮ তম জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপ ২০২২ ত ১৬:০১.৭৩ সময়ত সোণৰ পদক জিকিছিল আৰু অভিলেখ গঢ়িছিল। পূৰ্বৱৰ্তী অভিলেখটো মধ্য প্ৰদেশৰ সাঁতোৰবিদ অদ্বৈত পেজৰ হাতত আছিল, যি ২০১৭ চনত ১৬:০৬.৪৩ সময় লৈছিল।