বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ভাৰতৰ বক্সাৰ আকাশ কুমাৰ

pc- times of India

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ভাৰতৰ বক্সাৰ আকাশ কুমাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ছাৰ্বিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২১ ৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ বক্সাৰ আকাশ কুমাৰৰ। আকাশে ৫৪ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ৰিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ইয়োল ফিনোলক (৫-০) পৰাস্ত কৰে।আকাশ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ইতিহাসত পদক জয় কৰা সপ্তম পুৰুষ ভাৰতীয় বক্সাৰ হ’ব।