বিশ্ব পৰিৱেশ দিৱস
প্রকৃতি অবিহনে মানৱ জীৱন অসম্ভৱ সেইয়ে প্রকৃতিক জীয়াই ৰাখিব লাগিব প্রকৃতি জীয়াই থাকিলেহে আমিও থাকিম সেইয়ে গছ-গছনি কাটি নাশ নকৰিব এজোপা গছ ৰুই নিজৰ সন্তানৰ দৰে যতন কৰক, আহক আমি সকলোৱে মিলি প্রকৃতিৰ সেউজীয়া খিনি ধৰি ৰাখোঁ।
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট