অনলাইন বাৰ্ত্তাসেৱা – ভাৰতে পঞ্চম দিনা বেটিঙৰ বাবে আগবাঢ়ে আৰু ৩২ ৰাণৰ অগ্ৰগতি লাভ কৰে, নিউজিলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ২৪৯ ৰাণ।ভাৰতে খেলখন প্ৰতিযোগিতামূলক কৰিবলৈ হ’লে এটা মুঠ ৰাণ সংগ্ৰহ কৰাৰ প্ৰয়োজন হ’ব আৰু তাৰ পিছত সুনিশ্চিন্ত জয়ৰ বাবে নিউজিলেণ্ডক আউট কৰিব লাগিব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ খিতাপ দুয়ো ফাইনেলিষ্টৰ মাজত ভাগ বতৰা কৰা হ’ব যদিহে ফাইনেল খন ড্ৰ হয়।