বিশ্বজুৰি ২২ কোটি লোক কৰʼনাত সংক্ৰমিত

Max-Planck-Gesellschaft

বিশ্বজুৰি ২২ কোটি লোক কৰʼনাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশ কৰা প্ৰতিবেদনত অনুসৰি বিশ্বজুৰি কৰʼনাত সংক্ৰমিতৰ মুঠ সংখ্যা ২২ কোটি ১৮ লাখ অতিক্ৰম কৰিছে। প্ৰতিবেদনৰ তথ্য অনুসৰি বিশ্বত এতিয়ালৈ ৫.৫২ বিলিয়নৰো অধিক লোকক টিকাকৰণ কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ চেণ্টাৰ ফৰ ছিষ্টেম চায়েন্স এণ্ড ইঞ্জিনীয়াৰিং (চি এছ এছ ই) ৰ তথ্য অনুসৰি বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক লোকক কৰʼনাত সংক্ৰমিত হৈছে। সৰ্বাধিক কৰʼনা সংক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে।

(RT)