বিদেশী উপগ্ৰহ উৎক্ষেপণৰ বাবে ইছৰোৱে ৪ খন ৰাষ্ট্ৰৰ সৈতে ৬ খন চুক্তি স্বাক্ষৰ কৰিছে: চৰকাৰ

Pc Mathrubhumi English

বিদেশী উপগ্ৰহ উৎক্ষেপণৰ বাবে ইছৰোৱে ৪ খন ৰাষ্ট্ৰৰ সৈতে ৬ খন চুক্তি স্বাক্ষৰ কৰিছে: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ২০২১-২০২৩ বৰ্ষত বিদেশী উপগ্ৰহ উৎক্ষেপণৰ বাবে চাৰিখন ৰাষ্ট্ৰৰ সৈতে ছয়খন চুক্তি স্বাক্ষৰ কৰিছে, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয়। ইয়াৰ জৰিয়তে প্ৰায় ১৩২ নিযুত ইউৰো (প্ৰায় ১,১৩৯ কোটি) উপাৰ্জন কৰা হ’ব বুলি তেওঁ কয়। সিঙে কয়, “১৯ চনৰ পৰা আজিলৈকে ৩৪ খন দেশৰ ৩৪২ টা বিদেশী উপগ্ৰহ বাণিজ্যিক ভিত্তিত সফলতাৰে উৎক্ষেপণ কৰা হৈছে।”