বিদেশভ্ৰমণ কৰা ভাৰতীয়সকলে গন্তব্য ৰাষ্ট্ৰৰ নিয়ম অনুসৰি সাৱধানতা পালি অৱলম্বন কৰিব পাৰিবঃ স্বাস্থ্যমন্ত্ৰী

pc Mint

বিদেশভ্ৰমণ কৰা ভাৰতীয়সকলে গন্তব্য ৰাষ্ট্ৰৰ নিয়ম অনুসৰি সাৱধানতা পালি অৱলম্বন কৰিব পাৰিবঃ স্বাস্থ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই ঘোষণা কৰে যে বিদেশভ্ৰমণ কৰা ভাৰতীয় নাগৰিক আৰু শিক্ষাৰ্থীসকলে এতিয়া গন্তব্য দেশৰ নিৰ্দেশনা অনুসৰি কোভিড-১৯ ভেকছিনৰ সাৱধানতা পালি গ্ৰহণ কৰিব পাৰে। তেওঁ লগতে কয়, “এই নতুন সুবিধা অতি শীঘ্ৰেই কোউইন পৰ্টেলত উপলব্ধ হ’ব।