অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে বহুতো বৃহৎ বৃহৎ ই-কমাৰ্চ কোম্পানীৰ প্ৰৱেশ ঘটিছে ভাৰতত আৰু অমান্য কৰিছে দেশৰ আইনসমূহ। তেওঁ উল্লেখ কৰা মতে, ভাৰতীয় বজাৰ দখল কৰিবলৈ এই কোম্পানীবোৰৰ বৃহৎ পৰিমাণৰ ধনৰ বিত্তীয় সামৰ্থ্য আছে আৰু সেয়ে তেওঁলোক আইন অমান্য কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।
বহুতো বৃহৎ বৃহৎ ই-কমাৰ্চ কোম্পানীয়ে অমান্য কৰিছে দেশৰ আইনসমূহ
