বন্ধুত্ব
শীতৰ এটি মাজৰাতি ব্যস্ততা সামৰি দুই বন্ধু এতিয়া ভাত খোৱাৰ মেজত। বন্ধুত্ব বোৰ এনেকুৱাই নেকি? শীতৰ সেমেকা জোনাক ক দুহাতে ঢাকিও বেটেৰীত বহি সি তাৰ ওচৰলৈ যায়।
ইহান ওৱাচবিৰ
গোলাঘাট বাণিজ্য মহাবিদ্যালয়