বড়ো সাহিত্য সভাৰ শ্বহীদ দিৱস উদযাপন

pc- northeast now

বড়ো সাহিত্য সভাৰ শ্বহীদ দিৱস উদযাপন

অনলাইন বাৰ্ত্তাসেৱা-  বাসুগাঁও মহাবিদ্যালয় প্ৰাংগণত বড়ো সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস আয়োজন কৰিছে। বাসুগাঁও প্ৰাথমিক বড়ো সাহিত্য সভা আৰু চিৰাং জিলা বড়ো সাহিত্য সভাৰ সহযোগত আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ন্যাসৰ উদ্যোগত এইবাৰ বড়ো মাধ্যমৰ সৈনিক চৰণ নাৰ্জাৰীলৈ যোগেন্দ্ৰ কুমাৰ বসুমতাৰী বটাঁ আগবঢ়োৱা হ’ব।