ফাইনেলত ভাৰতৰ মল্লযোদ্ধা ৰবি কুমাৰ দহিয়া
অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ ২৩ বছৰীয়া মল্লযোদ্ধা ৰবি কুমাৰ দহিয়াই পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কিলোগ্ৰাম শাখাৰ ফাইনেললৈ অগ্ৰসৰ হয়। তেওঁ ছেমি ফাইনেলত পৰাস্ত কৰে কাজাখস্তানৰ নুৰইছলাম ছানায়েভক। ইয়াৰ সৈতে, তেওঁ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে এটি চতুৰ্থ পদক সুনিশ্চিত কৰে।
(UD.)